Morom Nohoi Adhoruwa-Surekha Chhetri

Morom Nohoi Adhoruwa

时间:2022-07-19

    使用手机浏览器「扫一扫」

    在手机上保存,获得更好体验

标签
猜你喜欢的歌曲
歌词

সৰু সৰু কথাত ঠেহ পাতি নলবা

অভিমান সামৰি কাষতে বহানা

বুকুতে গুজি মুৰ শুবলে দিয়ানা

চকুতে চকু থৈ হাঁহিটি পিন্ধানা

মৰম নহয় সচাকৈ আধৰুৱা

হোৱা তুমি জনমলে মোৰে ছাঁয়া

আঙুলিতে আঙুলি মেৰিয়াই লোৱা

দুবাহুৰ মাজতে ঠাই অকন দিয়া

মৰমৰ কথাবোৰ খুলি কোৱা

বাউলি চুলিতাৰী সজাই দিয়ানা

ভালপোৱা উপচাই তেজত

আছা নিগাজিকৈ হিয়াৰ মাজত

সঁপিছো সকলো তোমাৰেই নামত

মৰম নহয় সচাকৈ আধৰুৱা

হমে তোমাৰ জনমলে ময়েই ছাঁয়া

আৰু কিছু বেলি কাষতে ৰোৱানা

মিঠা অভিমানক আদৰী লোৱানা

বুজিও অবুজন মনকে বুজানা

তুমিয়েই উশাহৰ জানা/জানানে শেষ ঠিকনা

展开显示全部歌词