Nahorore Niribili Saa (Version)-Prandeep Das

Nahorore Niribili Saa (Version)

歌手:Prandeep Das

时间:2024-02-29

    使用手机浏览器「扫一扫」

    在手机上保存,获得更好体验

标签
歌词

নাহৰৰ নিৰিবিলি ছাঁ

Nahorore Niribili Saa

সোঁৱৰণিৰ পাখি দুখন মেলি

Spreading the feathers of memories

বুকুতে আছা তুমি

You are in my heart

মৌন ওঁঠৰ ভাষা সানি

Smearing words on silent lips

হাত বাউলি

Wavering your hands

মোহাৰি দুখৰ বতাহ

Pushing aside winds of despair

হাঁহিৰে হিয়া বাখৰুৱা

The heart glows with smiles

বাউলি বুকুতে বাকী অমিয়া

Pouring nectar on a messy heart

তুমি নাহৰৰে নিৰিবিলি ছাঁ

You are Nahor's solitary shade

নাহৰৰে নিৰিবিলি ছাঁ

Nahor's solitary shade

জোনাকোৰে শুকুলা মণি ফুল

Moon's white pearl

তোমাতেই ভালপোৱা আকুল

In you, my love grows restless

পৰশ কাতৰ বাট তাকৰ

Desperate for a touch while on a short walk

চকুলো সুখৰ ডিব্ৰু চহৰ

Tears of joy in the city on Dibru

মোহাৰি দুখৰ বতাহ

Pushing aside winds of despair

হাঁহিৰে হিয়া বাখৰুৱা

The heart glows with smiles

বাউলি বুকুতে বাকী অমিয়া

Pouring nectar on a messy heart

তুমি নাহৰৰে নিৰিবিলি ছাঁ

You are Nahor's solitary shade

নাহৰৰে নিৰিবিলি ছাঁ

Nahor's solitary shade

展开显示全部歌词